ETV Bharat / state

Tinsukia Municipality Chairman Expelled: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ

author img

By

Published : Dec 27, 2022, 10:21 PM IST

তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ ৷ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে জয়ন্ত বৰুৱাক (Tinsukia Municipality Chairman expelled from BJP)৷

Tinsukia Chairman Expelled from BJP
পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ

  • তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ (Tinsukia Municipality Chairman expelled from BJP)
  • বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে জয়ন্ত বৰুৱাক
    Tinsukia Chairman Expelled from BJP
    পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ
  • দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে পৌৰপতিজনক (Tinsukia Municipal Board )
  • বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশমৰ্মে বহিষ্কাৰ কৰা হৈছে জয়ন্ত বৰুৱাক
  • দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই জাৰি কৰিছে বহিষ্কাৰৰ জাননী (BJP general secretary Diplu Ranjan Sarma)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.