Molestation incident at Doom Dooma: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

author img

By

Published : Dec 6, 2022, 10:49 AM IST

Updated : Dec 6, 2022, 11:24 AM IST

Molestation incident at Doom Dooma
ছাত্ৰী নিৱাসে প্ৰদান কৰিলে অশ্লীল ইংগিত ()

ডুমডুমাৰ বৰহাপজানৰ ছাত্ৰী নিৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বৰহাপজান ছাত্ৰী নিৱাসৰ চকীদাৰে আবাসী ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Hostel Warden accused of molestation) । অভিযুক্ত চকীদাৰটোৰ নাম আনন্দ বুঢ়াগোহাঁই ৷

  • ডুমডুমাৰ বৰহাপজানৰ ছাত্ৰী নিৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা
  • ছাত্ৰী নিৱাসটোৰ চকীদাৰজনে আবাসী ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Hostel Warden accused of molestation)
  • অভিযুক্ত চকীদাৰজনৰ নাম আনন্দ বুঢ়াগোহাঁই
  • ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত অভিযুক্ত আনন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ১০ গৰাকী ছাত্ৰীয়ে দাখিল কৰিছে এজাহাৰ
    ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ
  • অভিযুক্ত আনন্দ বুঢ়াগোহাঁইয়ে আবাসী ছাত্ৰীসকলৰ শৰীৰত হাত দিয়াৰ লগতে গা ধুবলৈ গ’লেও চাই থকাৰ অভিযোগ উত্থাপিত হৈছে (Molestation incident at Doom Dooma)
  • আনকি অভিযুক্ত চকীদাৰটোৱে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ছাত্ৰীৰ কোঠালৈ সোমাৱাৰ চেষ্টা কৰাৰো অভিযোগ তৰিছে ভুক্তভোগী ছাত্ৰীয়ে
Last Updated :Dec 6, 2022, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.