ETV Bharat / state

Army Helicopter Crashed : অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 22, 2022, 2:13 PM IST

উজনি চিয়াঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ জনৰ মৃতদেহ উদ্ধাৰ (5 body rescued in Arunachal Helicopter crashed) । শুকুৰবাৰে সংঘটিত হৈছিল সেনাবাহিনীৰ এই হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter crashed in Arunachal) । হেলিকপ্টাৰখনত আছিল পাঁচজন সেনাবাহিনীৰ লোক । পূব অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত সংঘটিত হয় দুৰ্ঘটনাটো ।

Helicopter
Helicopter

  • উজনি চিয়াঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ জনৰ মৃতদেহ উদ্ধাৰ (5 body rescued in Arunachal Helicopter crashed) ।
    Army Helicopter Crashed : অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ মৃতদেহ উদ্ধাৰ
    Army Helicopter Crashed : অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ মৃতদেহ উদ্ধাৰ
  • শুকুৰবাৰে সংঘটিত হৈছিল সেনাবাহিনীৰ এই হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter crashed in Arunachal) ।
  • হেলিকপ্টাৰখনত আছিল পাঁচজন সেনাবাহিনীৰ লোক ।
  • পূব অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত সংঘটিত হয় দুৰ্ঘটনাটো ।
  • সেনাৰ Advance Light Helicopter দুৰ্ঘটনাত ৫ জন লোক নিহত হয় ।
  • নিহতকেইজন হৈছে-
  • মেজৰ বিকাশ ভাম্ভু (Major Vikas Bhambhu)
  • মেজৰ মোস্তাফা বোহাৰা (Major Mustafa Bohara)
  • কেপ্টেইন টেকনিকেল অশ্বিন কে ভি (Captain Technical Aswin K V)
  • হাবিলদাৰ (অপাৰেচন) বাইটছ সিনহা (Havildar (operation) Bites Sinha)
  • নায়ক (অপাৰেচন) ৰোহিতশ্ব কুমাৰ (Nayak (Operation) Rohitashva Kumar)
  • ৰোহিতশ্ব কুমাৰ ৰাজস্থানৰ বুলি জানিব পৰা হৈছে ।
  • শুকুৰবাৰে পুৱা ১০.৪৩ বজাত লিকাবালিৰ পৰা সীমান্তৰ দিশে উৰা মাৰিছিল হেলিকপ্টাৰখন ।
  • উৰামৰাৰ ২০ মিনিট পিছতে সংঘটিত হয় দুৰ্ঘটনাটো ।
  • হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় ।

লগতে পঢ়ক :Helicopter Crashed: দুৰ্ঘটৰ্ঘনাত পতিত হোৱাৰ পূৰ্বে সেৰ্বে না হেলিকপ্টাৰখনে পঠাইছিল বিশেষ বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.