ETV Bharat / state

শিৱসাগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

author img

By

Published : Feb 28, 2020, 3:06 PM IST

শিৱসাগৰত ষ্টেচনৰ সমীপৰ ৰে’ল আলিত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ ৷ নিশা ৰে’লৰ খুন্দাতে যুৱতী গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

Woman dead body recovered at Sivsagar
শিৱসাগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

শিৱসাগৰ,28 ফেব্ৰুৱাৰীঃ শিৱসাগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ ষ্টেচনৰ সমীপৰ ৰে’ল আলিত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ ৷ নিশা ৰে’লৰ খুন্দাতে যুৱতী গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ মৃত যুৱতীগৰাকী শিৱসাগৰ চহৰৰ অনামিকা নগৰৰ ৰীমা চুতীয়া বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, নিশা কিষাণ চাহানী নামৰ এজন যুৱকে ঘৰৰ পৰা তেখেতক লৈ অনাৰ অভিযোগ ৰীমা চুতীয়াৰ জ্যেষ্ঠ ভাতৃৰ ৷ তাৰ পিছৰে পৰা ঘৰলৈ উভতি যোৱা নাছিল ৰীমা চুতীয়া ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষীৰ লগতে শিৱসাগৰ আৰক্ষী ৷ আৰক্ষীৰ অভিযানতহে স্পষ্ট হ’ব যুৱতী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৷

শিৱসাগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

লগতে পঢ়ক-2021ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি ৰাজপথত বিচাৰ কৰিব লাগিবঃ অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.