Sringkhal Chaliha : বীৰ লাচিত সেনাৰ পৰা পদত্যাগ শৃংখল চলিহাৰ

author img

By

Published : Nov 22, 2022, 6:26 AM IST

Sringkhal Chaliha

বীৰ লাচিত সেনাৰ(Veer Lachit Sena) কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সংগঠনৰ পৰা পদত্যাগ ৷ সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে শৃংখল চলিহাৰ এই ঘোষণা ৷

  • বীৰ লাচিত সেনাৰ(Veer Lachit Sena) কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সংগঠনৰ পৰা পদত্যাগ
  • সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে শৃংখল চলিহাৰ এই ঘোষণা (Sringkhal Chaliha quits Lachit Sena)
  • এতিয়ালৈকে পদত্যাগৰ কোনো কাৰণ দৰ্শোৱা নাই শৃংখল চলিহাই
  • বিত্তীয় অনিয়মক লৈ এই পদত্যাগ কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে
  • বিষয়টোৰ সন্দৰ্ভত মঙলবাৰে অৰ্থাৎ আজি সবিশেষ জনাব জাতীয়তাবাদী নেতাগৰাকীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.