ETV Bharat / state

শিৱসাগৰত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 5:15 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শিৱসাগৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত যোগান বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

sivsagar-protest
শিৱসাগৰত কৃষক মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ, 3 অক্টোবৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শিৱসাগৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত যোগান বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

শিৱসাগৰত কৃষক মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে। তদুপৰি উপায়ুক্ত কার্যলয়ৰ দাঁতিতে থকা যোগান বিভাগৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই।
লগতে পঢ়ক: দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.