ETV Bharat / state

Road accident in Amguri: পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী

author img

By

Published : Dec 13, 2022, 9:18 AM IST

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Sivasagar) ৷ আমগুৰিৰ চামগুৰিত সোমবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী (Man killed in a road accident) ৷ নিহত বাইক আৰোহীজন দেওৰজা বালিপথাৰৰ বমেন চন্দ্ৰ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷

Man killed in a road accident in Amguri Sivasagar
পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী

  • শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Sivasagar)
  • আমগুৰিৰ চামগুৰিত সোমবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
  • দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী(Man killed in a road accident)
  • নিহত বাইক আৰোহীজন দেওৰজা বালিপথাৰৰ বমেন চন্দ্ৰ গগৈ বুলি চিনাক্ত কৰা হৈছে
  • নামতিৰ পৰা আমগুৰি অভিমুখে গৈ আছিল বাইক আৰোহীজন
  • গৈ থকা অৱস্থাতে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে বাইক আৰোহীজনক
  • দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা ডি আই বাহনখন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.