ETV Bharat / state

নলবাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

author img

By

Published : Feb 28, 2019, 5:35 PM IST

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সৰ্বশিক্ষা অভিযানৰ উদ্যোগত বিজ্ঞান মেলা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আয়োজন নলবাৰীত

নলবাৰী, ২৮ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সৰ্বশিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিজ্ঞান মেলা ।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আয়োজন নলবাৰীত
নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা অনুষ্ঠানটোত প্ৰদৰ্শনীৰ সমান্তৰালকৈ বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতা, আলোচনা চক্ৰ আৰু মুকলি সভাৰো অনুষ্ঠিত হয়। অনুষ্ঠানটোত "মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ" শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।
Slug=Science exhibition
28Feb..19
Story FTP



Anchor : আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । আৰু এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষ্যে নলবাৰীত অনুস্থিত কৰা হল বিজ্ঞান মেলা । নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সৰ্বশিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষ্যে আজি এইদৰে এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । নলবাৰী নাট্য মন্দিৰত অনুস্থিত এই প্ৰদৰ্শনীৰ সমান্তৰালকৈ বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতা , আলোচনা চক্ৰ , আৰু মুকলি সভা অনুস্থিত কৰে । মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ শীৰ্ষক আলোচনা চক্ৰত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে । 


কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.