ETV Bharat / state

ঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ

author img

By

Published : Oct 25, 2020, 1:50 PM IST

Updated : Oct 25, 2020, 3:37 PM IST

Durga Puja Celebrate In Nalbari
ঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ ৷ ক'ভিড-19 ৰ বাবে আধ্যাত্মিকতা ৰক্ষাৰ বাবে মাত্ৰ 1 টা ম’হ বলি দিয়া হয় দেৱালয়ত ৷

নলবাৰী, 25 অক্টোবৰ : মহা নৱমী উপলক্ষে ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা বিল্বেশ্বৰ দেৱালয়ত পূৰ্বৰ দৰে চলিত বৰ্ষতো ম’হ বলি দিয়া হ'ব বুলি জানিব দিয়ে আয়োজক কমিটীয়ে ‌।

ঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ

উল্লেখযোগ্য যে, প্ৰতি বছৰে এই দেৱালয়ত 50 তকৈ অধিক ম’হ বলি দিয়া হয় যদিও চলিত বৰ্ষত ক'ভিড প্ৰট'কল মানি ৰাইজৰ মংগল কামনা কৰি মাত্ৰ এটা ম’হ আগবঢ়ায় দেৱালয় কৰ্তৃপক্ষই । ইপিনে, শৈৱ শক্তিপীঠ খনত পূৱাৰ পৰা যথেষ্ট ভক্তৰ সমাগম হৈছে ৷

লগতে পঢ়ক : পশ্চিম বংগত শনিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি 3,753 গৰাকী ক'ভিড ৰোগী

Last Updated :Oct 25, 2020, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.