ETV Bharat / state

নলবাৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে !

author img

By

Published : Apr 6, 2020, 6:20 PM IST

road accident in nalbari
road accident in nalbari

নলবাৰীত পথ দুৰ্ঘটনা ৷ পথৰ পৰা চাৰিচকীয়া বাহন বাগৰি এজন লোক নিহত ৷

নলবাৰী, 6 এপ্ৰিল : লক্ ডাউনৰ মাজতে নলবাৰীত পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় এজন লোক ৷ এই ঘটনাত আহত আন এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

নলবাৰীত পথ দুৰ্ঘটনা
পাইকাৰকুছিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দূৰ্ঘটনাটো ৷ নিহত লোকজন অৰৰাৰ প্ৰাঞ্জল দাস আৰু আহতজন ৰাতুল ৰাজবংশী ৷ নিহত লোকজন পেছাত আৰক্ষী বুলি জানিব পৰা গৈছে ৷লগতে পঢ়ক : কোভিড-19 : দিল্লী আৰক্ষীৰ মহানুভৱতা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.