ETV Bharat / state

Elephants attack in Kaliabor: কলিয়াবৰত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে পকী বাসগৃহ

author img

By

Published : Jan 3, 2023, 10:35 AM IST

বন্যহস্তীৰ তাণ্ডৱত অতিষ্ঠ কলিয়াবৰৰ সোণাৰি গাঁৱৰ ৰাইজ (Elephants attack in Kaliabor) ৷ এইবাৰ পকী বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে ৷ কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰ ৷

Wild elephants destroyed concrete houses in Kaliabor
কলিয়াবৰত পকী বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে

কলিয়াবৰত পকী বাসগৃহ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ
  • কলিয়াবৰৰ সোণাৰি গাঁৱত বন্যহস্তীৰ আতংক (Man elephant conflict in Kaliabor)
  • পকী বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে
  • পকী দেৱাল ভাঙি হাতীটোৱে শুৰৰে টানিলে বিচনা
  • ঘৰৰ ভিতৰৰ পৰা দৌৰি কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰ (Elephants attack in Kaliabor)
  • সোমবাৰে নিশা গোলাপ বৰদলৈৰ বাসগৃহত বন্যহস্তীয়ে চলালে এই তাণ্ডৱ
  • দেৱাল, চকী, টেবুলৰ লগতে ক্ষতিসাধন কৰিলে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী
  • লগতে ভঁৰালৰ ধান খাই অনিষ্ট কৰিলে হাতীটোৱে
  • সম্প্ৰতি বন্যহস্তীৰ আতংকত আতংকিত গাঁওবাসী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.