ETV Bharat / state

জুৰীয়াত দিন দুপৰতে ডকাইতি কাণ্ড

author img

By

Published : Jan 11, 2020, 10:25 PM IST

ৰূপহী জুৰীয়াত ব্যৱসায়ীৰ পৰা দিন দুপৰতে লুটিনিয়ে ৩ লাখ ৩১ হাজাৰ টকা

জুৰীয়া
জুৰীয়াত দিন দুপৰতে ডকাইতি কাণ্ড

নগাঁও, 11 জানুৱাৰীঃ ৰূপহী জুৰীয়া পথত দিন ডকাইতি ৷ ব্যৱসায়ীৰ পৰা লুটিনিয়ে ৩ লাখ ৩১ হাজাৰ টকা ৷ ৰূপহীৰ পৰা এখন টেম্প'ত জুৰীয়া অভিমুখে আহি থকা অৱস্থাত হাতীপুখুৰী দলংপাৰত কাৰ্তিক ঘোষ নামৰ ব্যৱসায়ী জনৰপৰা তেওঁৰ লগতে যাত্ৰী হিচাপে আহি থকা ছয় জনীয়া ডকাইতৰ দলটোৱে লুটিনিয়ে ৩ লাখ ৩১ হাজাৰ টকা ৷

জুৰীয়াত দিন দুপৰতে ডকাইতি কাণ্ড

উল্লেখ্য যে, খাৰুপেতীয়াৰ ব্যৱসায়ী কাৰ্তিক ঘোষ ব্যৱসায় সংক্ৰান্তত জুৰীয়ালৈ টেম্প'ৰে গৈ থকা অৱস্থাত সংঘটিত হয় ডকাইটি কাণ্ড ৷ আনহাতে, ডকাইতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ব্যৱসায়ীজন ৷

লগতে পঢ়কঃ তুলসী ওজাক অপমান : এগৰাকী ব্যৱসায়ীৰ কেনে এই ধৃষ্টতা

Intro:ৰূপহী জুৰীয়া পথত দিন ডকাইতি ৷ ব্যৱসায়ীৰ পৰা লুটিনিয়ে ৩ লাখ ৩১ হাজাৰ টকা ৷Body:ৰূপহীহাটত দিন দূপৰতেই পথ ডকাইতি ৷ ৰূপহীৰ পৰা এখন টেম্পোত জুৰীয়া অভিমুখে আহি থকা অৱস্থাত হাতীপুখুৰী দলংপাৰত কাৰ্তিক ঘোষ নামৰ ব্যৱসায়ী জনৰপৰা তেওঁৰ লগতে যাত্ৰী হিচাপে আহি থকা ডকাইতৰ দলটোৱে লুটিনিয়ে ৩ লাখ ৩১ হাজাৰ টকা ৷ খাৰুপেতীয়াৰ ব্যৱসায়ীজনে ব্যৱসায়ৰ ক্ষেত্ৰত জুৰীয়ালৈ টেম্পুৰে আহি থকা অৱস্থাত যাত্ৰীহিচেপে অহা ছয় জনীয়া ডকাইতৰ দলটোৱে চলায় লুটপাট ৷ ডকাইতৰ আক্ৰমনত আঘাতপ্ৰাপ্ত হয় ব্যৱসায়ীজন ৷
ৰূপহীহাটৰ পৰা
উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.