ETV Bharat / state

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন

author img

By

Published : Sep 30, 2019, 6:04 AM IST

কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত দুৰ্গামন্দিৰৰ লগতে মন্দিৰ চৌহদত নিৰ্মিত ৰাজহুৱা ভৱন আৰু বিবাহ ভৱন উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন

কলিয়াবৰ,29চেপ্তেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত সাৰ্ব্বজনীন দুৰ্গামন্দিৰৰ লগতে মন্দিৰ চৌহদত নিৰ্মিত ৰাজহুৱা ভৱন আৰু বিবাহ ভৱনৰ উন্মোচন কৰে ৷ এই সভাত মন্ত্ৰী নৱ কুমাৰ দ'লে আৰু পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তও উপস্থিত থাকে ৷ ইফালে, এই নৱ-নিৰ্মিত দুৰ্গা মন্দিৰ তথা ৰাজহুৱা সভাকক্ষ আৰু বিবাহ ভৱন উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভাৰো ৷

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন
Intro:কলিয়াবৰত স্থায়ী দুৰ্গা মন্দিৰৰ দ্বাৰ উন্মোচন

কেশৱ মহন্ত, প্ৰফুল্ল মহন্ত নৱ দলে উপস্থিত উন্মোচনী অনুষ্ঠানBody:শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক-ক্ষণত মন্ত্ৰী কেশৱ মহন্তই দ্বাৰ উন্মোচন কৰে কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত সাৰ্ব্বজনীন দুৰ্গামন্দিৰ। আটক ধুনীয়া দুৰ্গা মন্দিৰৰ লগতে উন্মোচন কৰে মন্দিৰ চৌহদতে নিৰ্মিত ৰাজহুৱা ভৱন আৰু বিবাহ ভৱন।

কলিয়াবৰ তিনিআলি উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত নৱ-নিৰ্মিত দুৰ্গা মন্দিৰত মা দুৰ্গাৰ আশীষ ল'লে মন্ত্ৰী কেশৱ মহন্তই। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিবাহ ভৱনৰ দ্বাৰ উন্মোচন কৰে। সভাত মন্ত্ৰী নৱ কুমাৰ দ'লে আৰু পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তও উপস্থিত থাকে।
নৱ-নিৰ্মিত দুৰ্গ মন্দিৰ তথা ৰাজহুৱা সভাকক্ষ আৰু বিবাহ ভৱন উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এক ৰাজহুৱা সভা।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.