ETV Bharat / state

Road accident at Raha : ৰহাত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

author img

By

Published : Oct 29, 2022, 10:16 AM IST

শুকুৰবাৰে নিশা ৰহাৰ ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক (Man died in a road accident at Raha)৷ নিহত লোকজন ৰহাৰ দীঘলদৰিৰ ৰোহিনী নাথ বুলি জানিব পৰা গৈছে ৷

Man died in a road accident at Raha
ৰহাত পথ দুৰ্ঘটনা

  • ৰহাৰ ডিমৌত নিশা সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা
  • ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত এখন ট্ৰাকত খুন্দা মাৰিলে বাইকে (Road accident at Raha)
  • দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহীজন (Man died in a road accident at Raha)
  • নিহত বাইক আৰোহীজন দীঘলদৰিৰ ৰোহিনী নাথ বুলি চিনাক্ত কৰা হৈছে
  • নগাঁৱৰ পৰা নিজা বাসভৱন অভিমুখে গৈ আছিল বাইক আৰোহীজন
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ NL-০১A ৩৪৫১ আৰু বাইকখনৰ নম্বৰ হৈছে AS-০২M ৫২৪১
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.