নগাঁৱৰ ৰাজপথত দাউ-দাউকৈ জ্বলিল বিলাসী বাহন

author img

By

Published : Sep 23, 2022, 4:27 PM IST

নগাঁৱৰ ৰাজপথত দাউ-দাউকৈ জ্বলিল বিলাসী বাহন

নগাঁৱৰ ৰাজপথত দাউদাউকৈ জ্বলিল বিলাসী বাহন ৷ নগাঁৱৰ খুটীকটীয়াত সংঘটিত হয় অগ্নিকাণ্ডটো (Car set on fire in Nagaon)৷

  • নগাঁৱৰ ৰাজপথত দাউদাউকৈ জ্বলিল বিলাসী বাহন(Car set on fire in Nagaon)
  • নগাঁৱৰ খুটীকটীয়াত সংঘটিত হয় অগ্নিকাণ্ডটো(Car on fire at Khutikatia)
  • অগ্নিকাণ্ডটোত জাহ গ’ল AS 23C 6655 নম্বৰৰ এখন হুন্দাই বাহন
  • অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বাহনখন
  • অৱশ্যে দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে চালকগৰাকীৰ
  • বাহনখনৰ গৰাকীৰ নাম দীপক বৰা বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.