নগাঁৱত দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু

author img

By

Published : Sep 23, 2022, 7:16 PM IST

দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু
দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু ()

দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু ৷ শুকুৰবাৰে দুপৰীয়া এক দুৰ্ঘটনাত গুৰুতভাৱে আহত হৈছিল ৰিজোৱানা বেন'জিৰ নামৰ চিকিৎসকগৰাকী (Doctor dead in Nagaon)৷

  • নগাঁৱত দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু(Doctor dead in Nagaon)
  • শুকুৰবাৰে দুপৰীয়া এক দুৰ্ঘটনাত গুৰুতভাৱে আহত হৈছিল ৰিজোৱানা বেন'জিৰ নামৰ চিকিৎসকগৰাকী(Road accident in Nagaon)
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত বাহনৰ ভিতৰতে প্ৰায় এক ঘণ্টা আৱদ্ধ হৈ আছিল ৰিজোৱানা
  • দীর্ঘসময়ৰ অন্তত স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত
  • অৱশেষত চিকিৎসালয়তে মৃত্যু চিকিৎসকগৰাকীৰ
  • দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.