ETV Bharat / state

ৰাঙলুত ড্ৰাগছ সহ আটক দুই কুখ্যাত ব্যৱসায়ী

author img

By

Published : Feb 22, 2021, 8:53 AM IST

Updated : Feb 22, 2021, 10:24 AM IST

বঢ়মপুৰৰ ৰাঙলুৰ টুবুকী গ্ৰান্টত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ দুজনলৈ লোকক আটক কৰে ৷

AS_BARHAMPUR_rangolu-drugs-seize_vis_ASC10032
ৰাঙুলত ড্ৰাগছ সহ আটক দুই কুখ্যাত ব্যৱসায়

বঢ়মপুৰ, 22 ফেব্ৰুৱাৰী : বঢ়মপুৰৰ ৰাঙলুত আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৷ দেওবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাঙলু আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায় দুজনক ৷

ৰাঙলুত ড্ৰাগছ সহ আটক দুই কুখ্যাত ব্যৱসায়ী

টুবুকী গ্ৰান্টৰ পৰা আটক কৰা ড্ৰাগছৰ ব্যৱসায় দুজন ক্ৰমে তৰিফুল ইছলাম আৰু ইক্ৰামুল হুছেইন ৷ এই পৰ্যন্ত জব্দকৃত সামগ্ৰীখিনিৰ মূল্য জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুয়োকে সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, দুদিন পূৰ্বেও উক্ত অঞ্চলৰত নিচাজাতীয় সামগ্ৰীসহ তিনিজনকৈ যুৱকক আটক কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক-আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

Last Updated :Feb 22, 2021, 10:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.