Boat Accident at Laharighat: লাহৰিঘাটৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃত্যু

author img

By

Published : Dec 16, 2022, 6:37 PM IST

Boat Accident at Laharighat

মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ ব্ৰহ্মপুত্ৰত নাও ডুবি একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু (Boat accident at Laharighat)৷

  • মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident at Laharighat)
  • ব্ৰহ্মপুত্ৰত নাও ডুবি একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু (Brahmaputra boat accident at Laharighat)
  • লাহৰীঘাটৰ হামু চৰত সংঘটিত হয় এই শোকাৱহ ঘটনা
  • নিহত মাতৃ, পুত্ৰ আৰু কন্যা ক্ৰমে বিমলা খাতুন, জিন্নাতুল ইছলাম আৰু ইচতাৰা খাতুন
  • এখন টুলুঙা নাৱেৰে আন এটা চাপৰিত বিয়া খাবলৈ যোৱাৰ সময়তে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.