ETV Bharat / state

মৰিগাঁৱত আৰক্ষী বিষয়াৰ ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ

author img

By

Published : Feb 27, 2021, 9:47 AM IST

মৰিগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান
মৰিগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান

মৰিগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ক'ভিড প্ৰতিষেধক প্ৰদান ৷ মৰিগাঁৱৰ দুগৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াই গ্ৰহণ কৰিলে ক'ভিড-19 প্ৰতিষেধক ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গৈ মৰিগাঁও জিলাৰ স্বাস্থ্য কৰ্মী তথা নাৰ্চসকলে প্ৰদান কৰিলে ক'ভিড প্ৰতিষেধক ৷

মৰিগাঁও,27 ফেব্ৰুৱাৰী: ক'ভিড-19 বিৰোধী যুঁজখনৰ প্ৰথম শাৰীৰ যোদ্ধাক প্ৰতিষেধক প্ৰদানৰ পাছত এইবাৰ দ্বিতীয় শাৰীৰ যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ শুকুৰবাৰে মৰিগাঁৱৰ দুগৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াই ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰে ৷

মৰিগাঁৱৰ জিলা আৰক্ষী অধীক্ষক তথা ৰাজ্যৰ বিশিষ্ট কবি, সাহিত্যিক আৰু শব্দৰত্ন বঁটা প্ৰাপক ড৹ নন্দ সিং বৰকলাৰ লগতে আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই শুকুৰবাৰে ক'ভিড-19 ৰ প্ৰতিষেধক গ্ৰহণ কৰে ৷ উল্লেখ্য যে, কৰ্তব্যৰ খাতিৰত মৰিগাঁও জিলাৰ স্বাস্থ্য কৰ্মী তথা নাৰ্চসকল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গৈ প্ৰতিষেধক প্ৰদান কৰে ৷

লগতে পঢ়ক: বৰাক-ব্ৰহ্মপুত্ৰক ছিণ্ডিকেটৰ ডোলেৰে বান্ধিলে মুখ্যমন্ত্ৰী সোণোৱালে : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.