ETV Bharat / state

সদৌ অসম ট্ৰাইবেল সংঘ অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By

Published : Dec 8, 2020, 9:03 AM IST

জানুৱাৰিত অনুষ্ঠিত হ'ব লগীয়া সদৌ অসম ট্ৰাইবেল সংঘ অধিৱেশনৰ লাইখুঁটা স্থাপন ৷ মৰিগাঁৱৰ নেলী মকৰীয়াৰ গিৰিধৰ পাতৰ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত মাংগলিক পৰিৱেশৰ মাজত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷

laikhuta erected for all assam tribal sangha conclave
সদৌ অসম ট্ৰাইবেল সংঘ অধিৱেশনৰ লাইখুঁটা স্থাপন

মৰিগাওঁ, 8 ডিচেম্বৰ: মৰিগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ অধিৱেশনৰ বাবে প্ৰস্তুতি আৰম্ভ ৷ সোমবাৰে মৰিগাঁৱৰ নেলী মকৰীয়াৰ গিৰিধৰ পাতৰ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত আগন্তুক 29, 30 আৰু 31 তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সদৌ অসম ট্ৰাইবেল সংঘৰ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷

laikhuta erected for all assam tribal sangha conclave
মৰিগাঁৱৰ নেলী মকৰীয়াৰ গিৰিধৰ পাতৰ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত লাইখিঁটা স্থাপন কৰা হয়

সোমবাৰে এক মাংগলিক পৰিৱেশৰ মাজেত শিলচাং আৰু খলা দেউৰজাৰ জৰিয়তে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ এই মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সম্পাদক প্ৰমূখ্যে কেন্দ্ৰীয় নেতৃত্বৰ বহুকেইগৰাকী লোক উপস্থিত থাকে ।
লগতে পঢ়ক: মৰিগাঁৱত দিবা-নৈশ কাবাডী প্ৰতিযোগিতাঃবিজয়ী মানৱ অধিকাৰ কাবাডী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.