ETV Bharat / state

পৌৰসভাৰ বিৰুদ্ধে মৰিগাঁৱত উত্তাল প্ৰতিবাদ আছুৰ

author img

By

Published : Sep 10, 2019, 10:20 PM IST

মৰিগাঁও পৌৰসভাৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ আছুৰ ৷ সমদল বাহিৰ কৰি মৰিগাঁও পৌৰসভা বিভাগৰ প্ৰতিকৃতি দাহ আছুৰ ৷

পৌৰসভাৰ বিৰুদ্ধে মৰিগাঁৱত উত্তাল প্ৰতিবাদ আছুৰ

  • মৰিগাঁও পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ
  • মৰিগাঁৱত আছুৱে জ্বলালে মৰিগাঁও পৌৰসভা প্ৰতিকৃতি
  • সমদল বাহিৰ কৰি প্ৰতিবাদ আছুৰ
  • সোমবাৰে এজাক মুষলধাৰ বৰষুণতে চহৰখনত সৃষ্টি কৰিছিল কৃত্ৰিম বানৰ
  • স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাক কেন্দ্ৰ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
  • হিমন্ত বিশ্ব শৰ্মা হায়-হায়, পৌৰপতি মূৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ
  • পৌৰসভা ভংগ কৰাৰ হুংকাৰ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ
  • পীযুষ হাজৰিকাৰ বিৰুদ্ধেও ক্ষোভ জিলা ছাত্ৰ সন্থাৰ
    পৌৰসভাৰ বিৰুদ্ধে মৰিগাঁৱত উত্তাল প্ৰতিবাদ আছুৰ
Intro:মৰিগাঁৱত আছুয়ে জ্বলালে অকমন্য পৌৰসভাৰ প্ৰতীকী । মৰিগাঁও পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি সমদল বাহিৰ কৰি উত্তাল কৰিলে মৰিগাঁৱৰ পৰিবেশ।Body:মৰিগাঁও পৌৰসভাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ আছুৰ

মৰিগাঁও নগৰৰ মাজ মজিয়াত মৰিগাঁও পৌৰসভাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাই। উল্লেখ্য যে সোমাবাৰে এজাক মুষলধাৰ বৰষুণতে চহৰখনত কৃত্ৰিম বানপানী হোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাক কেন্দ্ৰ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাই এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। হিমন্ত বিশ্ব শৰ্মা হায় হায়, পৌৰপতি মুৰ্দাবাদ, আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।আনকি পৌৰসভা ভংগ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

Byte: আছু সম্পাদক
Byte: আছু সভাপতিConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.