ETV Bharat / state

Rhino free roaming : মাজুলীৰ ভকত চাপৰিত গঁড়ৰ মুক্ত বিচৰণ

author img

By

Published : Oct 15, 2022, 6:36 PM IST

Updated : Oct 15, 2022, 6:43 PM IST

মাজুলীত বিগত প্ৰায় এমাহ ধৰি তিনিটাকৈ গঁড় আৱদ্ধ আছে । বিভিন্ন স্থানত মুক্ত বিচৰণ কৰা দেখা গৈছে গঁড় কেইটাক (Free roaming of Rhino in Majuli)। শনিবাৰে পুনৰ ভকত চাপৰিত দুটা গঁড়ৰ মুক্ত বিচৰণ । গঁড় কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ ।

মাজুলীৰ ভকত চাপৰিত গঁড়ৰ মুক্ত বিচৰণ
মাজুলীৰ ভকত চাপৰিত গঁড়ৰ মুক্ত বিচৰণ

  • মাজুলীৰ ভকত চাপৰিত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (Two Rhino roam free in Majuli)
  • বিগত এমাহ ধৰি মাজুলীৰ ভিন্ন চৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ
  • তিনিটাকৈ গঁড়ে বিচৰণ কৰি আছে অঞ্চলবোৰত
  • শনিবাৰে ভকত চাপৰি, চামগুৰি, ১ নং পদুমনিত দেখা গৈছে দুটা গঁড়
  • জনাঞ্চলত প্ৰৱেশ কৰিছে গঁড় কেইটাই
  • গঁড়ৰ মুক্ত বিচৰণত শংকিত মাজুলীৰ স্থানীয় লোক (Rhino scare in Majuli)
  • গঁড় কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ
Last Updated : Oct 15, 2022, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.