মাজুলীত ভৰা লুইতৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

author img

By

Published : Sep 27, 2022, 6:23 PM IST

ferry with passenger stuck in Brahmaputra

পুনৰ নিমাতী কমলাবাৰী ফেৰীত অঘটন ৷ ভৰা লুইতৰ বুকুত আৱদ্ধ এখন যাত্ৰীবাহী ফেৰী (ferry with passenger stuck in Brahmaputra ) ৷

  • পুনৰ নিমাতী কমলাবাৰী ফেৰীত অঘটন
  • ভৰা লুইতৰ বুকুত আৱদ্ধ ফেৰী
  • ৩.৩০ বজাত নিমাতিৰ পৰা কমলাবাৰী অভিমুখে আহিছিল ফেৰীখন
  • আৱদ্ধ হৈ থকা ফেৰীখনৰ নাম MV লোহিত
  • ব্ৰহ্মপুত্ৰৰ মাজৰ বালিচৰত লাগি ধৰাৰ ফলত আৱদ্ধ হয় ফেৰীখন
  • ফেৰীখনত দুচকীয়া বাহনসহ অৰ্ধশতাধিক যাত্ৰী আৱদ্ধ হৈ আছে
  • এই ঘটনাৰ পিছতে ফেৰীখনত থকা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.