ETV Bharat / state

মাজুলীত শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন

author img

By

Published : Dec 25, 2020, 9:01 PM IST

মাজুলীত শান্তি-সম্প্ৰীতিৰে উদযাপন কৰা হৈছে বৰদিন ৷ মাজুলীৰ প্ৰতিটো গীৰ্জাঘৰ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷

celebrate-x-mass-with-the-message-of-peace-and-harmony-in-majuli
মাজুলীত শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন

মাজুলী, 25 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো শান্তি-সম্প্ৰীতিৰে উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন ৷ মাজুলীৰ প্ৰতিটো গীৰ্জাঘৰ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷

celebrate-x-mass-with-the-message-of-peace-and-harmony-in-majuli
মাজুলীত শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন

মাজুলীৰ 62 টা গীৰ্জা গৃহত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে বৰদিন ৷ জাকজমকতা পৰিহাৰ কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে বৰদিন উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মালম্বীসকলে ৷

লগতে পঢ়ক : পলাশবাৰীত ট্ৰাকৰ খুন্দাত নিহত চাইকেল আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.