ETV Bharat / state

আজি মাজুলীত মনোনয়ন দাখিল কৰিব ভুবন গামে

author img

By

Published : Feb 16, 2022, 10:01 AM IST

Updated : Feb 16, 2022, 12:42 PM IST

bhuvan-gam-to-file-nomination-papers-today
আজি মনোনয়ন পত্ৰ দাখিল কৰিব ভুৱন গামে

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে ঘোষণা কৰা হয় মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম । মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে টিকট লাভ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(BJP Nominates Bhuban Game For Majuli ByPolls) ৷

মাজুলী, 16 ফেব্ৰুৱাৰী : মাজুলী উপ নিৰ্বাচন বাবে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bhuvan Gam to file nomination papers today) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ভুবন গামৰ মনোনয়ন দাখিলক লৈ মাজুলীত এক উখল মাখল পৰিবেশে বিৰাজ কৰে ৷

Bhuvan Gam to file nomination papers today
আজি মনোনয়ন পত্ৰ দাখিল কৰিব ভুৱন গামে

ভুবন গামৰ মনোনয়ন দাখিলত সহযোগ কৰিবলৈ পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা মাজুলীত উপস্থিত হয় ৷ ভুবন গামৰ মনোনয়নৰ সংগ দিবলৈ মুখ্যমন্ত্ৰী মাজুলীত উপস্থিত হয় যদিও বিশেষ কামৰ বাবে তেওঁ এখন সভাত অংশগ্ৰহণ কৰি মুম্বাইলৈ যাত্ৰা কৰে।

আজি মনোনয়ন পত্ৰ দাখিল কৰিব ভুৱন গামে

লগতে পঢ়ক : মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

Last Updated :Feb 16, 2022, 12:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.