ETV Bharat / state

Majuli by election 2022 : বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা

author img

By

Published : Feb 14, 2022, 12:42 PM IST

Updated : Feb 14, 2022, 1:07 PM IST

চূড়ান্ত হ’ল মাজুলী উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ ৷ সমষ্টিটোত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচনক ভুৱন গাম ৷

বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা
বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা

মাজুলী, 14 ফেব্ৰুৱাৰী : অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে ঘোষণা কৰা হয় মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে সমষ্টিটোৰ পৰা কাক টিকট প্ৰদান কৰা হ’ব ইয়াকে লৈ দলটোৰ ভিতৰে বাহিৰে চলিছিল সৰৱ চৰ্চা ৷ ইয়াৰ মাজতে সোমবাৰে বিজেপি দলে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম ৷ সেই অনুসৰি ভুৱন গামে লাভ কৰিছে মাজুলীত দলটোৰ প্ৰাৰ্থীত্ব ৷

বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা
বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা

লগতে পঢ়ক : বিজেপিত খদমদম: মাজুলীত প্ৰাৰ্থী হ'ব কোন ?

Last Updated : Feb 14, 2022, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.