ETV Bharat / state

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সত্ৰত চোৰৰ লুটপাত

author img

By

Published : Aug 26, 2019, 11:29 PM IST

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সাউদকুছি সত্ৰত চুৰি হ'ল বহু আপুৰুগীয়া সম্পদ

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সত্ৰত চোৰৰ লুটপাত

লক্ষিমপুৰ, 26 আগষ্ট: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সাউদকুছি সত্ৰত চুৰি। চুৰি হ'ল সত্ৰৰ বহু আপুৰুগীয়া সম্পদ। ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ থানাত গোচৰ তৰিলে সত্ৰাধিকাৰে। ১৫ শ শতিকাৰ এই সত্ৰখন চৰকাৰী কোনো সাহায্য অবিহনে নিজাববীয়াকৈ নিৰ্মাণ কৰি থকা অৱস্থাতেই সংঘটিত হয় এই চুৰি কাণ্ড। মণিকূটৰ ভিতৰত চোৰ সোমাই চুৰি কৰি নিলে পিতল আৰু কাঁহৰ কেইবাবিধো সম্পদ। সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষীয়ে চোৰৰ সন্ধানত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ।

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সত্ৰত চোৰৰ লুটপাত
Intro:Date..26th Aug
লখিমপুৰ জিলাৰ
নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত সাউদকুছি সত্ৰত চুৰি।চোৰে চুৰ কৰিলে সত্ৰৰ বহু আপুৰুগীয়া সম্পদ।ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ থানাত গোচৰ তৰিলে সত্ৰাধিকাৰে।১৫ শ শতিকাৰ এই সত্ৰ খন চৰকাৰী কোনো সাহাৰ্যৰ অবিহনে নিজাববীয়াকৈ নিৰ্মান কৰি থকা অৱস্হাতেই সংঘটিত হয় এই চুৰি কাণ্ড।মণিকূটৰ ভিতৰত চোৰ সোমাই চুৰি কৰি নিলে পিতল আৰু কাঁহৰ কেইবাবিধো সম্পদ।সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষীয়ে চোৰৰ সন্ধানত জোৰ তদন্ত অব্যাহত ৰাখিছে।
byte..সত্ৰাধিকাৰBody:Date..26th Aug

byte..সত্ৰাধিকাৰConclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.