ETV Bharat / state

লালুকত দুৰ্ঘটনাত পতিত ট্ৰাক

author img

By

Published : Apr 25, 2020, 8:11 PM IST

লখিমপুৰৰ লালুকত দুৰ্ঘটনা পতিত হ'ল চিমেণ্ট ভৰ্তি ট্ৰাক ৷

lakhimpur-laluk-rode-accident-cement-truck
লালুকত দুৰ্ঘটনাত পতিত ট্ৰাক

লখিমপুৰ 25 এপ্ৰিলঃ লখিমপুৰ জিলাৰ লালুক পুখুৰী পৰীয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল শনিবাৰে ৷ চিমেন্ট ভৰ্তি ট্ৰাক অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ চালকৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

লালুকত দুৰ্ঘটনাত পতিত ট্ৰাক

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ WB-23D-3375 নম্বৰৰ বান্দৰদেৱাৰ পৰা চিলাপথাৰলৈকে গৈ আছিল চিমেন্ট ভৰ্তি ট্ৰাক খন ৷ দুঘৰ্টনাটোত কোনো লোক হতাহত হোৱা নাই যদিও মদ্যপান কৰি গাড়ী চলোৱা চালক জনক লালুক আৰক্ষীয়ে আটক কৰিছে ৷

লগতে পঢকঃ ওদালগুৰিত মাক্স বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.