ETV Bharat / state

কোকৰাঝাৰত 'মেগা মিছ নৰ্থ ইষ্ট' আৰু 'মেগা মিষ্টাৰ নৰ্থ ইষ্ট'ৰ অডিচন

author img

By

Published : Jul 5, 2019, 11:18 PM IST

আনহাতে অহা 9 আগষ্টত গুৱাহাটীৰ মাছখোৱা আই টি প্ৰকল্পত অনুষ্ঠিত হ'ব চূড়ান্ত প্ৰতিযোগিতা ৷

কোকৰাঝাৰত 'মেগা মিছ নৰ্থ ইষ্ট'

কোকৰাঝাৰ, 5 জুলাইঃ কোকৰাঝাৰত 'মেগা মিছ নৰ্থ ইষ্ট' আৰু 'মেগা মিষ্টাৰ নৰ্থ ইষ্ট'ৰ অডিচন । উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজক 'মেগা ইণ্টাৰটেইনমেণ্টৰ' উদ্যোগত চহৰখনৰ গৌৰাং হোটেলত অনুষ্ঠিত হয় অডিচন । এই অডিচনৰ মাধ্যমৰে নিৰ্বাচিত যুৱক-যুৱতীসকলে 'ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট' আৰু 'মেগা মেন নৰ্থ ইষ্ট' 2019 ৰ খিতাপ লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । অডিচনত কোকৰাঝাৰ লগতে নামনি অসমৰ বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰত 'মেগা মিছ নৰ্থ ইষ্ট'

উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ক্ৰমে শ্বিলং, ইম্ফল, গুৱাহাটী আদি বিভিন্ন ঠাইত ইতিমধ্যে অডিচন অনুষ্ঠিত হৈ যায় । আনহাতে অহা 9 আগষ্টত গুৱাহাটীৰ মাছখোৱা আই টি প্ৰকল্পত অনুষ্ঠিত হ'ব চূড়ান্ত প্ৰতিযোগিতা ৷

Intro:কোকৰাঝাৰত অনিষ্টত মেগা মিছ নৰ্থ ইষ্ট আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন।

উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজক মেগা ইণ্টাৰটেইনমেণ্টৰ উদ্যোগত অনিষ্টত হল 17 সংখ্যক সংস্কৰণ ছানছিলক মেগা মিছ নৰ্থ ইষ্ট আৰু দশম সংস্কৰণ গাৰণীয়াৰ মেন মেগা নৰ্থ ইষ্টৰ অডিচন। এই অডিচনমাধ্যমৰে নিৰ্বাচিত সৌন্দৰ্য্য যুৱগ যুৱতি সকলে ছানছিলক মেগা মিছ নৰ্থ ইষ্ট আৰু দশম সংস্কৰণ গাৰণীয়াৰ মেন মেগা নৰ্থ ইষ্ট 2019ৰ খিতাপ লাভৰ বাবে প্ৰতিদ্ধন্দিতা আগবঢ়াব।


Body:এই সৌন্দৰ্য প্ৰতিযোগিতাৰ অডিচন আজি ককৰাঝাৰৰ গৌৰাং হোটেলত অনিষ্ট হয় যায়। উক্ত অডিচন কোকৰাঝাৰ লগতে নামনি অসমৰ বহু যুৱগ যুৱতি অংশগ্ৰহণ কৰে। কোকৰাঝাৰৰ অডিচনত বিচাৰক হিচাবে উপস্থিত থাকে মেগা ইণ্টাৰটেইনমেণ্টৰ প্ৰতিস্থাপক অভিজিত সিংহা আৰু ছানছিলক মেগা মিছ নৰ্থ ইষ্ট 2019 নিৰ্বাচন সমিতিৰ জৰী সদস্যই। তাৰমাজতে নিৰ্বাচিত সৌন্দৰ্য্য যুৱগ যুৱতিই ছানছিলক মেগা মিছ নৰ্থ ইষ্ট আৰু দশম সংস্কৰণ গাৰণীয়াৰ মেন মেগা নৰ্থ ইষ্ট 2019ৰ গ্ৰেণ্ড ফিনালেত প্ৰতিদ্ন্দীত কৰিব।


Conclusion:উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ক্ৰমে শ্বিলং, ইম্ফল, গুৱাহাটী আদিত হৈ। অহা 9 আগষ্টত গুৱাহাটীৰ মাছখোৱা আই টি কপ্লেক্সত গ্ৰেণ্ড ফিনালেটু অনিষ্টত হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.