ETV Bharat / state

কৰিমগঞ্জৰ সুভাষ নগৰত চোৰৰ চাফাই অভিযান

author img

By

Published : Apr 16, 2021, 1:20 PM IST

বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুভাষনগৰত চোৰে চলালে চাফাই অভিযান ৷ বৃহস্পতিবাৰে সন্ধিয়া জনৈক বিশ্বজিৎ নামৰ লোকজনৰ ঘৰত চোৰে খিৰিকী ভাঙি চোৰে প্ৰৱেশ কৰি নগদ ধন সহ বহু সামগ্ৰী লুটি লৈ যায় ৷

কৰিমগঞ্জৰ সুভাষনগৰত চোৰৰ চাফাই অভিযান
কৰিমগঞ্জৰ সুভাষনগৰত চোৰৰ চাফাই অভিযান

কৰিমগঞ্জ,16 এপ্ৰিল : ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুভাষ নগৰত চোৰে চলালে চাফাই অভিযান ৷ বৃহস্পতিবাৰে সন্ধিয়া জনৈক বিশ্বজিৎ নামৰ লোকজনৰ ঘৰত চোৰে খিৰিকী ভাঙি চোৰে প্ৰৱেশ কৰি নগদ ধন সহ বহু সামগ্ৰী লুটি লৈ যায় ৷ লোকজনে চিকিৎয়ালয় চিকিৎসাধীন হৈ থকা আত্মীয়ৰ খবৰ ল'বলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

কৰিমগঞ্জৰ সুভাষনগৰত চোৰৰ চাফাই অভিযান

ইফালে, দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আছে যদিও আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ আনহাতে লোকজনৰ ঘৰত চুুৰি কাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ উপস্থিত হয় ৷

লগতে পঢ়ক: বকোত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.