ETV Bharat / state

কৰিমগঞ্জত পথ দুৰ্ঘটনা: নিহত এজন

author img

By

Published : Mar 20, 2021, 5:10 PM IST

কৰিমগঞ্জৰ ভাংগা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় এজন অট’ চালক ৷ চালকজন কৰিমগঞ্জৰ কালিগঞ্জৰ আব্দুল বাছিত বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন
কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন

কৰিমগঞ্জ,20 মাৰ্চ: কৰিমগঞ্জৰ ভাংগা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত ৷ আৰক্ষী বিভাগৰ ৰিক’ভাৰী বাহনৰ খুন্দাত নিহত হয় এজন অট’ চালক । চালকজনৰ নাম আব্দুল বাছিত । মৃত আব্দুলৰ ঘৰ কৰিমগঞ্জৰ কালিগঞ্জত বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ ভাংগাৰ মির্জাপুৰ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন
কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন

প্ৰাপ্ত খবৰ অনুসৰি, AS-10 AC-5385 নম্বৰৰ অট’ ৰিক্সা আৰু আৰক্ষীৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ বাবেই থিতাতে নিহত হয় অট’ চালকজন ।

কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন
কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন

অন্য এক খবৰৰ বাবে: কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.