ETV Bharat / state

One died of electric shock: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ট্ৰিপাৰ চালকৰ

author img

By

Published : Nov 5, 2022, 2:23 PM IST

কৰিমগঞ্জৰ সুতাৰকান্দি বিদ্যুৎস্পৃষ্ট হৈ এজন ট্ৰিপাৰ চালকৰ মৃত্যু হৈছে (One died of electric shock)৷ নিহত লোকজনৰ নাম আব্দুল হান্নান ৷

Man death for electric shock in Karimganj
Man death for electric shock: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ট্ৰিপাৰ চালকৰ

  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন চালকৰ
  • কৰিমগঞ্জৰ সুতাৰকান্দিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা
  • নিহত লোকজনৰ পোৱামাৰা অঞ্চলৰ আব্দুল হান্নান
  • হান্নানে চলাইছিল লাইমষ্টন কঢ়িওৱা এখন ট্ৰিপাৰ বাহন
  • শুকুৰবাৰে গাড়ীত শিলভৰ্তি কৰাৰ পিছত বাহনখন বিদ্যুৎ পৰিবাহী তাঁৰত লাগে
  • ইয়াকে চাবলৈ গৈ নিজেই বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শলৈ আহি নিহত হ’ল হান্নান নামৰ চালকজন
  • চালকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ
    Man death for electric shock: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ট্ৰিপাৰ চালকৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.