ETV Bharat / state

Opium Smuggler arrested: অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ কানিসহ আটক সৰবৰাহকাৰী

author img

By

Published : Nov 29, 2022, 12:29 PM IST

Smuggler arrested with Narcotic in Karbi Anglong
অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ কানিসহ আটক দুই সৰবৰাহকাৰী

আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডীলাই তিনিআলিত চলিছিল আৰক্ষীৰ এক অভিযান ৷ অভিযানকালত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ কানি (Narcotic Seized in Karbi Anglong) ৷ লগতে দুই সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে(Opium Smuggler arrested in Karbi Anglong) ৷

  • কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ
  • সমান্তৰালকৈ আৰক্ষীয়েও অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান
  • এক গোপন খবৰৰ ভিত্তিত আজি পুৱাৰ ভাগত ডীলাই তিনিআলিত চলিছিল আৰক্ষীৰ অভিযান
  • অভিযানকালত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ কানি (Narcotic Seized in Karbi Anglong)
  • লগতে দুই সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে(Opium Smuggler arrested in Karbi Anglong)
    Smuggler arrested with Narcotic in Karbi Anglong
    অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ কানিসহ আটক দুই সৰবৰাহকাৰী
  • ট্ৰাকখনৰ পৰা উদ্ধাৰ হয় ১৮ কেজি কানি
  • আটকাধীন সৰবৰাহকাৰী দুটা মণিপুৰৰ সেনাপতি জিলাৰ এজীয়া বানছেট (৪৫) আৰু দিওমেন লিম্বো (২৫)
  • বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.