ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত গ্ৰেপ্তাৰ দুই ভুৱা নথি প্ৰস্তুতকাৰী

author img

By

Published : Jul 29, 2019, 9:32 PM IST

পশ্চিম কাৰ্বি আংলঙত হামৰেণ আৰক্ষীৰ হাতত আটক সক্ৰিয় ভুৱা নথিপত্ৰ প্ৰস্তুতকাৰী চক্ৰ

গ্ৰেপ্তাৰ দুজন ভুৱা নথি প্ৰস্তুতকাৰী

কাৰ্বিআংলং,29 জুলাই :

  • পশ্চিম কাৰ্বি আংলঙত আটক সক্ৰিয় ভুৱা নথিপত্ৰ প্ৰস্তুতকাৰী চক্ৰ
  • দীৰ্ঘদিন ধৰি এই চক্ৰই উপায়ুক্ত,আৰক্ষী বিষয়াৰ চহী জালেৰে প্ৰস্তুত কৰি আহিছিল প্ৰমাণ পত্ৰ
  • ইণ্ডো-তিব্বত সীমান্তত পুলিচত নিযুক্তি লাভ কৰা ৰাকেশ যাদৱ নামৰ কনিষ্টবল জনৰ তথ্য পুনৰীক্ষণৰ বাবে অহাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা
  • ঘটনা সংক্ৰান্তত হামৰেণ আৰক্ষী থানাত এজাহাৰ দাখিল অতিৰিক্ত দণ্ডাধীশৰ
  • আৰক্ষীয়ে অভিযান চলাই ভুৱা নথি প্ৰস্তুত কাৰী চক্ৰৰ দুজনক গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ জিতেন্দ্ৰ চৌহান আৰু কপিলী প্ৰিন্টিং প্ৰেছৰ স্বত্বাধিকাৰ দীপক ৰাম
  • পলাতক চক্ৰটোৰ আন কেইবাজনো সদস্য
    গ্ৰেপ্তাৰ দুজন ভুৱা নথি প্ৰস্তুতকাৰী
Intro:Body:WEST KARBI ANGLONG BREAKING :

👉পশ্চিম কাৰ্বি আংলঙত সক্ৰিয় ভূৱা নথিপত্ৰ প্ৰস্তুত কাৰী চক্ৰ৷

👉দীৰ্ঘদিন ধৰি এটা চক্ৰই উপায়ুক্ত,আৰক্ষী বিষয়াৰ চহী জালেৰে প্ৰস্তুত কৰি আহিছিল প্ৰমাণ পত্ৰ৷

👉 ইন্ডো তিব্বত বৰ্ডাৰ পুলিচ'ত নিযুক্তি লাভ কৰা এজন যুৱকৰ তথ্য পুনৰীক্ষনৰ বাবে অহাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

👉ঘটনা সংক্ৰান্তত হামৰেণ আৰক্ষী থানাত এজাহাৰ দাখিল অতিৰিক্ত দন্ডাধীশৰ।।

👉আৰক্ষীয়ে অভিযান চলাই ভুৱা নথি প্ৰস্তুত কাৰী চক্ৰৰ দুজনক গ্ৰেপ্তাৰ।।

👉গ্ৰেপ্তাৰ জিতেন্দ্ৰ চৌহান আৰু কঁপিলী প্ৰিন্টিং প্ৰেছৰ স্বত্বাধিকাৰ দীপক ৰাম।।চক্ৰটোৰ আন কেইবাজনো সদস্য পলাতক৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.