ETV Bharat / state

ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Feb 8, 2022, 1:54 PM IST

নাৰ্য্য প্ৰাপ্য বিচাৰি ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিবাদ(Protest at Rangia Block Development Office) ৷

contractual employee protest at Rangia
ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ৰঙিয়া, 8 ফেব্ৰুৱাৰী : ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত (Panchayat and Rural Development Department) ৷ নাৰ্য্য প্ৰাপ্য বিচাৰি ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাই এসপ্তাহ কৰ্ম বিৰতি পালন কৰাৰ পিছত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে (Protest at Rangia Block Development Office) ।

ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাকৰিকাল ৬০ বছৰলৈ সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰা, সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰাৰ এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী জনায় (Contractual PNRD employees protest in Rangia) ।

উল্লেখ্য যে, এইসকলকৰ্মচাৰী সকলে এসপ্তাহ ধৰি গ্ৰহণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী(Rangia contractual employee protest) । চৰকাৰে শীঘ্ৰেই উত্থাপিত দাবী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । দৰমহা কৰ্তন কৰিলেও এই দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : উজনি অসমৰ পঞ্চায়তে পঞ্চায়তে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.