ETV Bharat / state

Fire at Rangia: ৰঙিয়াৰ ম’হখলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

author img

By

Published : Nov 16, 2022, 10:09 PM IST

ৰঙিয়াৰ ম’হখলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মহ'খলি মিলন চকৰ ব্যৱসায়ী দিনবন্ধু বৈশ্যৰ ঘৰত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে (Fire at Rangia)৷

Fire at Rangia
ৰঙিয়াৰ মহ’খলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

  • ৰঙিয়াৰ ম’হখলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire at Rangia)
  • ম’হখলিৰ মিলন চকৰ ব্যৱসায়ী দিনবন্ধু বৈশ্যৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত (Gas cylinder blast at Rangia)
  • বিস্ফোৰণটোৰ ফলত মুহূৰ্তৰ ভিতৰতে ৰান্ধনী ঘৰৰ চৌদিশ জুয়ে চানি ধৰে
  • ইয়াৰ পাছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত
  • প্ৰথম অৱস্থাত স্থানীয় লোকৰ দ্বাৰা বালি আৰু পানীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা
  • পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত নিৰ্বাপিত কৰে জুই
  • অগ্নিকাণ্ডটোত জাহ গ’ল লক্ষাধিক টকাৰ সম্পত্তি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.