ETV Bharat / state

Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

author img

By

Published : Nov 5, 2022, 10:52 AM IST

Updated : Nov 5, 2022, 12:59 PM IST

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Anti drugs operation in Assam) ৷ এইবাৰ সোণাপুৰৰ টোল গেটত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় ১৫ কোটি টকাৰ য়াবা টেবলেট (Yaba tablets seized at Sonapur) ৷ লগতে আটক মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খান (৩০) নামৰ এজন লোক ৷

Yaba tablets seized at Sonapur
কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

  • ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ অসম আৰক্ষী (Anti drugs operation in Assam)
  • এইবাৰ সোণাপুৰৰ টোলগেটত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে
  • আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা DL 7 CK 8778 নম্বৰৰ এখন i20 বাহনেৰে লৈ অনা হৈছিল ড্ৰাগছখিনি
  • সোণাপুৰৰ টোলগেটত আৰক্ষীয়ে অভিযান চলাই বাহনখনৰ পৰা জব্দ কৰে ৬০ হাজাৰ য়াবা টেবলেট
  • উল্লেখ্য যে, যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান
  • অভিযানত মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খানক (৩০) আটক কৰিছে আৰক্ষীয়ে (Drugs paddler detain at Sonapur)
  • অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
    কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল
Last Updated :Nov 5, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.