ETV Bharat / state

গুৱাহাটীত পালন বিশ্ব হাইপাৰটেনশ্যন দিৱস

author img

By

Published : May 17, 2019, 8:07 PM IST

যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত মানুহৰ জীৱনত দিনক দিনে বাঢ়িছে বহু বেমাৰ ৷ তাৰ ভিতৰৰ এটা হাইপাৰটেনশ্যন। বিশ্ব হাইপাৰটেনশ্যন দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত Heart Care Society of Assam এখন সংবাদমেল সম্বোধন কৰে

গুৱাহাটীত পালন ৱৰ্ল্ড হাইপাৰটেনশ্ব্যন ডে

গুৱাহাটী,17 মে': শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব হাইপাৰটেনশ্যন দিৱস। যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত মানুহৰ জীৱনত দিনক দিনে বাঢ়িছে বহু বেমাৰ ৷ তাৰ ভিতৰৰ এটা হাইপাৰটেনশন । বিশ্ব হাইপাৰটেনশ্যন দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত Heart Care Society of Assam এ এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বৰ্তমান সময়ত জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি সজাগ হ'ব লাগে অৰ্থাৎ কেনেদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে সেই সন্দৰ্ভত Heart Care Society of Assam সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷

গুৱাহাটীত পালন ৱৰ্ল্ড হাইপাৰটেনশ্ব্যন ডে
Intro:আজি ৱৰ্ল্ড হাইপাৰ টেনশ্যন ডে। যান্ত্ৰীকতাৰ জীৱনত তথাকথিত মানুহৰ জীৱন যাপনৰ বাবে বাঢ়ি আহিছে দিনে দিনে বহু বেমাৰ আৰু তাৰে মাজত হাইপাৰটেনশ্যন অন্য এটা। হাইপাৰ টেনশ্যন হৈছে মানুহৰ বাঢ়ি অহা প্ৰেচাৰ লক্ষণ। আজিৰ জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি সজাগ হব লাগে অৰ্থাৎ কেনেদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব লাগে সেই সন্দৰ্ভত গুৱাহাটীৰ প্ৰেছ ক্লাৱত heart care Society of Assam ৰ এখন সংবাদমেল।


Body:heart care Society of Assam ৰ প্ৰেচিডেন্ট ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই কলে হাইপাৰ টেনশ্যন ৰ সবিশেষ। খাদ্য প্ৰণালী আৰু মানুহৰ জীৱন প্ৰণালী হাইপাৰ টেনশ্যন ৰ মূল কাৰক।
Bite:-ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্য।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.