ETV Bharat / state

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

author img

By

Published : Mar 8, 2019, 10:59 PM IST

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি দুগৰাকী কৃতি ছাত্ৰীক সম্বৰ্ধনা

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

ক্ষেত্ৰী,8মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে শুকুৰবাৰে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়তো পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । মহিলা কোষ ডিমৰীয়া মহাবিদ্যালয় শিক্ষক সন্থাৰ সৌজন্যত মহাবিদ্যালয়খনত পালন কৰা আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি দুগৰাকীকৈ কৃতি ছাত্ৰীক সম্বৰ্ধনাও জনোৱা হয় । অনুষ্ঠানখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি আৰু ড০ সৰলা বৈশ্য ভূঞা লগতে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নগেন্দ্ৰ নাথ মেধি , হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক মোহিনীমোহন ডেকা , মহিলা কোষৰ সভাপতি বিৰজা তালুকদাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি প্ৰদিপ গোস্বামী , মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে শিক্ষাৰ্থীসকল ।

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন
Slug: A_GHY_8MAR_801_WOMEN DAY NFR_HIRUL HAQUE

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পালন কৰা হৈছে নাৰী দিৱস। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহিলা কৰ্মচাৰীয়েও আয়োজন কৰে বিশেষ কাৰ্যসূচী। নাৰী সৱলীকৰণৰ উদ্দেশ্যে এক বিশেষ বক্তৃতা অনুষ্ঠানো আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে শ্ৰুতি গোস্বামী।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.