ETV Bharat / state

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন

author img

By

Published : Mar 8, 2019, 5:10 PM IST

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি দুগৰাকী কৃতি ছাত্ৰীক সম্বৰ্ধনা

ক্ষেত্ৰী,8মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে শুকুৰবাৰে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়তো পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । মহিলা কোষ ডিমৰীয়া মহাবিদ্যালয় শিক্ষক সন্থাৰ সৌজন্যত মহাবিদ্যালয়খনত পালন কৰা আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি দুগৰাকীকৈ কৃতি ছাত্ৰীক সম্বৰ্ধনাও জনোৱা হয় । অনুষ্ঠানখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি আৰু ড০ সৰলা বৈশ্য ভূঞা লগতে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নগেন্দ্ৰ নাথ মেধি , হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক মোহিনীমোহন ডেকা , মহিলা কোষৰ সভাপতি বিৰজা তালুকদাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি প্ৰদিপ গোস্বামী , মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে শিক্ষাৰ্থীসকল ।

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন
A_GHY_804_08MARCH_WOMEN_DAY_VISUAL_BYTE_ASRAR

ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।
আজি আন্তৰ্জাতিক নাৰী দিৱস । আজি সকলোতে উদযাপন কৰা হৈ আছে আন্তৰ্জাতিক নাৰী দিৱস ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ মহিলা কোষ ডিমৰীয়া মহাবিদ্যালয় শিক্ষক সন্থাৰ সৌজন্যত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । বন্তি প্ৰজ্বলন হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক মোহিনীমোহন ডেকা ই । অসমীয়া বিভাগৰ অধ্যাপিকা নিশিগন্ধা তালুকদাৰে আত ধৰা এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি আৰু ড০ সৰলা বৈশ্য ভূঞা লগতে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নগেন্দ্ৰ নাথ মেধি , হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক মোহিনীমোহন ডেকা , মহিলা কোষৰ সভাপতি বিৰজা তালুকদাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি প্ৰদিপ গোস্বামী , মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল । এই অনুষ্ঠানতে দুগৰাকী কৃতি ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

Byte 

Visual at Ftp

Asrar Ansari
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.