ETV Bharat / state

Encounter in Guwahati: দুই চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ মহানগৰ আৰক্ষীৰ

author img

By

Published : Dec 23, 2022, 11:06 AM IST

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে (Encounter in Guwahati)৷ গুৱাহাটীৰ নবীন নগৰ অঞ্চলত দুই চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল গীতানগৰ আৰক্ষীয়ে ৷

two thieves encounter in Guwahati
চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ মহানগৰ আৰক্ষীৰ

  • ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Guwahati)
  • এইবাৰ মহানগৰীত গীতানগৰ আৰক্ষীৰ এনকাউণ্টাৰ
  • দুটা চোৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ গুৱাহাটী আৰক্ষীৰ (two thieves encounter in Guwahati)
  • এনকাউণ্টৰত আহত দুই চোৰক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে
  • আৰক্ষীৰ জিম্মাৰপৰা পলায়নৰ চেষ্টা চলাওঁতেই দুই চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰেগুলীচালনা
  • গুলিবিদ্ধ চোৰ দুটা মুকেশ কুমাৰ আৰু গৌৰৱ পাল উৰফে লম্বু বুলি জানিব পৰা গৈছে
  • আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োৰে ঘৰ মহানগৰীৰ বামুণীমৈদামত
  • নিশা গুৱাহাটীৰ নবীন নগৰ অঞ্চলত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা
  • চেইন আৰু মোবাইল চুৰিৰে গুৱাহাটীত সন্ত্ৰাস চলাই আহিছিল চোৰ দুটাই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.