ETV Bharat / state

15 মে'ত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল

author img

By

Published : May 4, 2019, 4:23 PM IST

Updated : May 5, 2019, 6:37 PM IST

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰিলে চলিত বৰ্ষৰ উচ্চতম মাধ্যমিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ৷

ছেবা

গুৱাহাটী, 4 মেঃ অহা 15 মে'ত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰিছে এই কথা ৷

সেই অনুসৰি, অহা 15 মে'ৰ ৰাতিপুৱা 9 বজাৰ পৰাই বিভাগীয় ৱেবছাইটত উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফল ৷ এছ এম এছ যোগেও শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল ৷ চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী ৷

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

পুৱা ৯ বজাত ঘোষণা কৰা হব ফলাফল 

এছ এম এছ আৰু ছেবাৰ বিভাগীয় ৱেবচাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল 

এইবাৰ হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীন হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী 

ছেবাৰ বৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত লোৱা হয়

Lipika deka..Guwahati
Last Updated : May 5, 2019, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.