ETV Bharat / state

Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ

author img

By

Published : Oct 22, 2022, 5:36 PM IST

Updated : Oct 22, 2022, 6:35 PM IST

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ (Basistha Dev Sharma passes away) ৷ শনিবাৰে বিয়লি প্ৰায় 4:56 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ ১১ অক্টোবৰৰ পৰাই GMCH ত চিকিৎসাধীন হৈ আছিল বুঢ়াসত্ৰীয়াগৰাকী ৷

Basistha Dev Sharma passes away
বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মহাপ্ৰয়াণ

  • বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান (Basistha Dev Sharma passes awa)
  • শনিবাৰে বিয়লি প্ৰায় 4:56 বজাত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকী (Satradhikar Basistha Dev Sharma)
  • বিগত কেবাদিন ধৰি GMCH ত চিকিৎসা প্ৰদান কৰি থকা হৈছিল বুঢ়াসত্ৰীয়াগৰাকী
  • বিশেষজ্ঞ চিকিৎসকৰ দলে দিনে-নিশাই বুঢ়াসত্ৰীয়াগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীক
  • বিভিন্নজনে বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ সুস্থহৈ উঠাৰ কামনাৰে নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছিল
  • কিন্তু সকলোকে কন্দোৱাই এক এজান পৃথিৱীলৈ গ’লগৈ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা
  • বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি
  • বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে শোক ছাঁ
Last Updated : Oct 22, 2022, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.