ETV Bharat / state

বাংলাদেশৰ ঘটনাৰ বাবে শিলাদিত্য-সত্যৰঞ্জনে গুৱাহাটীত দিলে ধৰ্ণা

author img

By

Published : Oct 18, 2021, 9:08 PM IST

গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ । এই প্ৰতিবাদত তেওঁক সহযোগ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ।

protest-over-bangladesh-situation-in-guwahati
বাংলাদেশৰ ঘটনাৰ বাবে শিলাদিত্য-সত্যৰঞ্জনে গুৱাহাটীত দিলে ধৰ্ণা

গুৱাহাটী, ১৮ অক্টোবৰ : গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ । বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন নচলিব, হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, বাংলাদেশ মূৰ্দাবাদ , জয় শ্ৰী ৰাম শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে শিলাদিত্য দেৱ সহ সতীৰ্থ সকলে ।

বাংলাদেশৰ ঘটনাৰ বাবে শিলাদিত্য-সত্যৰঞ্জনে গুৱাহাটীত দিলে ধৰ্ণা

এই প্ৰতিবাদত তেওঁক সহযোগ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ।

শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই ধৰ্ণা কাৰ্যসূচীৰ পৰা গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত বাংলাদেশত হিন্দু সকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক: অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.