ETV Bharat / state

মহানগৰীত কিমান দাম পেট্ৰ'ল-ডিজেলৰ?

author img

By

Published : Apr 19, 2019, 10:34 AM IST

মহানগৰীত ক্ৰমবৰ্ধমান পে’ট্ৰল

মহানগৰীত পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য ৷ পে’ট্ৰলত বৃদ্ধি পালে ₹0.7 পইচাকৈ ৷

গুৱাহাটী, 19 এপ্ৰিলঃ গুৱাহাটী পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য ৷ শুকুৰবাৰে গুৱাহাটীত পেট্ৰ'লত বৃদ্ধি পালে ₹0.7 পইচাকৈ ৷ বৰ্তমান মহানগৰীত পেট্ৰ'ল মূল্য হৈছে ₹ 72.53 টকা ৷ অৱশ্যে ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই । বৰ্তমান মহানগৰীত ডিজেলৰ মূল্য হৈছে ₹ 66.74 টকা ।

মহানগৰীত ক্ৰমবৰ্ধমান পে’ট্ৰল
Intro:আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই।







Body:আজি পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ
মূল্য কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই। আজি পেট্ৰলত ০৭ পইছাকৈ বৃদ্ধি পালে । আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭২.৫৩ (72.53) টকা আৰু ডিজেলৰ মূল্য ৬৬.৭৪ (66.74) টকা।


Byte 1






Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.