ETV Bharat / state

Basistha Accident: বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, মৃত্যু এজনৰ

author img

By

Published : Dec 17, 2022, 6:01 PM IST

Updated : Dec 17, 2022, 8:39 PM IST

মহানগৰীৰ বশিষ্ঠ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন ৷ বাহনখনত আছিল 5গৰাকী ব্যক্তি ৷ ঘটনাস্থলীতে মৃত্যু হয় এজন ব্যক্তিৰ

Basistha Accident
বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন

বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন
  • মহানগৰীৰ বশিষ্ঠ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা(Accident in Basistha temple)
  • পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন
  • বাহনখনত আছিল 5গৰাকী ব্যক্তি
  • ঘটনাস্থলীতে মৃত্যু হয় এজন ব্যক্তিৰ
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল বনভোজলৈ অহা দল
  • প্ৰশাসনৰ সহযোগত স্থানীয় লোকে উদ্ধাৰ কৰে বাহনখন
  • গুৰুতৰভাৱে আহত 4গৰাকীলোকক চিকিৎসালয়লৈ প্ৰেৰণ
  • বাহনখনত ব্যক্তি কেইগৰাকীয়ে সুৰাপান কৰি অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ
Last Updated :Dec 17, 2022, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.