ETV Bharat / state

গুৱাহাটীত উদযাপন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

author img

By

Published : Mar 5, 2019, 5:18 PM IST

জীৱনজোৰা সাধনা বঁটা ২০১৯ প্ৰদান কৰা হয় বিশিষ্ট জলবায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰ নাথ গোস্বামীক

NATIONAL SCIENCE DAY

গুৱাহাটী, ৫ মাৰ্চ: মঙ্গলবাৰে গুৱাহাটী মহানগৰীৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । সেই দিৱসৰ লগত সংগতি ৰাখি তিনিটা বিশেষ বিজ্ঞান শাখাত প্ৰদান কৰা হয় ৰাজ্যিক বিজ্ঞান বঁটা । জীৱনজোৰা সাধনা বঁটা ২০১৯ প্ৰদান কৰা হয় বিশিষ্ট জলবায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰ নাথ গোস্বামীক ।যুৱ বিজ্ঞানী বঁটা ২০১৯ লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী প্ৰৱক্তা হিচাপে কৰ্মৰত ডঃ মানস্বীতা বৰাই । বিজ্ঞান জনপ্ৰিয়কৰণ আৰু গৱেষণাৰ বঁটা প্ৰদান কৰা হয় উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (CSIR-NEIST) ক ।

NATIONAL SCIENCE DAY

উল্লেখ্য যে জীৱনজোৰা সাধনা বঁটাত আছে ১.৫০ লাখ টকা আৰু ট্ৰফী । এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীকো বঁটা প্ৰদান কৰা হয় ।

 A_GHY_5MAR_801_SCINCE_DAY_VIS_BYT_AKASH
মঙ্গলবাৰে মহানাগৰীৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২০১৯ 

যত ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান অনুষ্ঠানো আয়োজন কৰা হয় । 

প্ৰতিবাৰৰ দৰে এইবাৰো তিনিটা বিশেষ বিজ্ঞান শাখাত প্ৰদান কৰা হয় ।

জীৱন জোৰা সাধনা বঁটা ২০১৯ বিশিষ্ট জল বায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰ নাথ গোস্বামীক । ward for lifetime achievement for scintntafik excellence .. 

প্রায় দুখ সংখ্যক পিয়েৰ ৰিভিউড গবেশনা পত্ৰ আৰু চাইটেছনে পূৰ্ণ এক বৰ্ণাদ্ধ বৈজ্ঞানিক জীৱনৰ অধিকাৰী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জলবায়ু বিজ্ঞানী ডঃ ভূপেন্দ্ৰনাথ গোস্বামী । 

যুৱ বিজ্ঞানী বঁটা ২০১৯ ডঃ মানস্বীতা বৰা । ডঃ মানস্বীতা বৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী প্ৰৱক্তা হিচাপে কৰ্মৰত । 

বিজ্ঞান জনপ্ৰিয় কৰণ আৰু গৱেষণাৰ বঁটা প্ৰদান কৰা হৈছে CSIR-NEIST 

আঞ্চলিক গৱেষণা গাৰ RRL পূৰ্বে জনাজাত উত্তৰপূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্য প্ৰতিষ্ঠানে প্ৰাথমিক , অনুসন্ধান মূলক তথা ভূকম্পন অধ্যায়ন তথা পৰিবেশ সুৰক্ষাকে ধৰি আন বহু গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে CSIR-NEIST ।

উল্লেখ্য যে জীৱন জোৰা সাধনা বঁটাত আছে ১/৫০ লাখ টকা আৰু তাফী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.