ETV Bharat / state

কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

author img

By

Published : Feb 28, 2019, 9:31 PM IST

গুৱাহাটীৰ বহু মহাবিদ্যালয়ৰ অংশগ্ৰহণ

কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী: কটন বিশ্ববিদ্যালয়ত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । কটন বিশ্ববিদ্যালয়যে আয়োজন কৰা এই দিৱসত অংশ লয় গুৱাহাটীৰ বহু কেইখন আগশাৰীৰ মহাবিদ্যালয়ে।

কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
এই বিজ্ঞান দিৱসৰ অনুষ্ঠানতবহু পুৰণি আৰু আপুৰুগীয়া সামগ্ৰীৰ লগতে বিজ্ঞানৰ তত্ব বুজিব পৰাকৈ প্ৰদৰ্শন কৰা হয় বিভিন্ন সামগ্ৰী ।সাধাৰণ জনতাৰ মাজতবিজ্ঞান সম্পৰ্কেসজাগতা সৃষ্টিৰ বাবে এনেধৰণৰ দিৱস উদযাপনৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।
Intro: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কটন বিশ্ববিদ্যালয়ত । কটন বিশ্ববিদ্যালয়যে আয়োজন কৰা এই দিৱসত অংশ ললে গুৱাহাটীৰ বহু কেইখন আগশাৰী মহাবিদ্যালয়ে।


Body:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সহযোগত আয়োজন কৰা বিজ্ঞান দিৱসত সাধাৰণ জনসাধাৰণক বিজ্ঞানৰ ক্ষেত্ৰত সজাগ কৰিবৰ বাবে এনেধৰণৰ দিৱস উদযাপন কথা কলে ছাত্ৰ ছাত্ৰী সকলে।
Bite:-ছাত্ৰী।
লগতে এই বিজ্ঞান দিৱসত বহু পুৰণি আৰু আপুৰুগীয়া সামগ্ৰিক ৰখাৰ লগতে বিজ্ঞানৰ তত্ব বুজিব পৰাকৈ ৰখা হৈছে সামগ্ৰী।
Bite:- প্ৰফেছৰ।
লগতে বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে দেখুৱালে বিজ্ঞানৰ অন্য এক নিদৰ্শন।
bite:- সন্দিকৈ ছোৱালী মহাবিদ্যালয়।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.