ETV Bharat / state

Body found in Guwahati: অপহৃতক হত্যা কৰি পেলাই দিয়া হ’ল ব্ৰহ্মপুত্ৰত

author img

By

Published : Nov 12, 2022, 5:35 PM IST

মহানগৰীত আন এক চাঞ্চল্যকৰ কাণ্ড ৷ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ (Kidnapped man found dead in Brahmaputra)৷

Kidnaopped and Killed in Guwahati
অপহৃতক হত্যা কৰি পেলাই দিয়া হ’ল ব্ৰহ্মপুত্ৰত

  • মহানগৰীত আন এক চাঞ্চল্যকৰ কাণ্ড
  • ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ(Kidnapped man found dead in Brahmaputra)
  • আৰক্ষীৰ তদন্তত চিনাক্ত হ’ল মৃত ব্যক্তিৰ পৰিচয়
  • ব্যক্তিজন বিহাৰৰ জয়বৰ্ধন কুমাৰ বুলি চিনাক্ত
  • অপহৰণৰ পাছতে হত্যা কৰি দুৰ্বৃত্তই ব্ৰহ্মপুত্ৰত পেলাই দিয়ে জয়বৰ্ধনক
  • ভুক্তভোগীৰ ATMৰ পৰা অপহৰণকাৰীয়ে লুটি নিয়ে লক্ষাধিক টকা
  • ডিমাপুৰৰ পৰা বিহাৰ অভিমুখী ৰে’লৰ পৰা লোকজনক কৰা হৈছিল অপহৰণ(Kidnapped from Train in Guwahati)
  • গুৱাহাটীৰ ৰে’ল ষ্টেচনত শেষবাৰৰ বাবে জয়বৰ্ধনৰ মোবাইল ফোনৰ লোকেশ্যন লাভ কৰা গৈছে
  • ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজন লোকক
  • আটকাধীন লোক দুজন জহৰ আলী আৰু আয়ুব আলী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.