ETV Bharat / state

বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ সুৰা ভৰ্তি ট্ৰাক

author img

By

Published : May 17, 2020, 10:51 PM IST

বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ প্ৰায় ১২ লাখ টকাৰ সুৰা ভৰ্তি ট্ৰাক । প্ৰায় 500 কাৰ্টুন বিলাতী সুৰা থকা ট্ৰাকখন জব্দ কৰে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ।

গুৱাহাটী
বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ সুৰা ভৰ্তি ট্ৰাক

গুৱাহাটী, ১৭ মে': বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ অবৈধ সুৰা ভৰ্তি ট্ৰাক ৷ শনিবাৰে নিশা অবৈধ সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰে স্থানীয় ৰাইজে ৷ ন-মাইলৰ পৰা তুৰালৈ লৈ যোৱা অৱস্থাতে জব্দ কৰে সুৰা ভৰ্তি ট্ৰাকখন । জব্দ হোৱা সুৰাৰ মূল্য় প্ৰায় ১২ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

গুৱাহাটী
বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ সুৰা ভৰ্তি ট্ৰাক

প্ৰায় 500 কাৰ্টুন বিলাতী সুৰা থকা ট্ৰাকখনৰ চালকে বশিষ্ঠ মন্দিৰৰ সমীপত আহাৰ গ্ৰহণ যোৱা সময়তে জব্দ কৰে স্থানীয় ৰাইজে ৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া পাচত ঘটনাস্থলীত বিশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত কৰে সমগ্ৰ ঘটনা ৷

বশিষ্ঠ মন্দিৰ অঞ্চলত জব্দ সুৰা ভৰ্তি ট্ৰাক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.